Page Nav

HIDE

শেহতীয়া:

latest

Ads Place

ৰাজৰ্ষি সাহাৰ স্কেটচ্: এক অভিশপ্ত অধ্যায়ৰ যৱনিকা

  ধুবুৰী জিলা ন্যায়িক আদালত চৌহদৰ এই পুৰণি ন্যায়াধীশ আৱাসটো অভিশপ্ত গৃহৰূপে অভিহিত হৈ আহিছিল৷ ১৯৭০ চনৰ ফেব্ৰুৱাৰীত তদানীন্তন জিলা ন্যায়াধীশ ...

 


ধুবুৰী জিলা ন্যায়িক আদালত চৌহদৰ এই পুৰণি ন্যায়াধীশ আৱাসটো অভিশপ্ত গৃহৰূপে অভিহিত হৈ আহিছিল৷ ১৯৭০ চনৰ ফেব্ৰুৱাৰীত তদানীন্তন জিলা ন্যায়াধীশ উপেন ৰাজখোৱাই কেৱল সন্দেহৰ বশৱৰ্তী হৈ ন্যায়ৰ উৰ্ধত উঠি নিজ পত্নী আৰু তিনিগৰাকী উচ্চ শিক্ষিতা জীয়ৰীক লগুৱাৰ জৰিয়তে হত্যা কৰোৱাইছিল৷ উক্ত বৰ্বৰোচিত হত্যাকাণ্ডই সমগ্ৰ দেশ জোকাৰি গৈছিল৷ অৱশেষত ন্যায়ৰ ফাঁচীকাঠত নিজৰ জীৱনৰ যৱনিকা পেলাবলৈ বাধ্য হৈছিল৷ যোৱা ২৬ এপ্ৰিল, ২০২৫ত পুৰণি গৃহৰ স্থানত নতুন আদালত চৌহদ মুকলি কৰাৰ লগে লগে অভিশপ্ত গৃহটোৰ অতীতত বিলুপ্তি ঘটিল৷


No comments

Latest Articles