পুৰণি গুৱাহাটীৰ পানবজাৰ৷ শৰাইঘাটৰ যুদ্ধৰ সময়ত অঞ্চলটোক জনা গৈছিল ইটাখুলি বুলি৷ শৰাইঘাটৰ যুদ্ধৰ পূৰ্বে আহোমৰ দ্বাৰা গুৱাহাটী উদ্ধাৰৰ নিৰ্ণা...
পুৰণি গুৱাহাটীৰ পানবজাৰ৷ শৰাইঘাটৰ
যুদ্ধৰ সময়ত অঞ্চলটোক জনা গৈছিল ইটাখুলি বুলি৷ শৰাইঘাটৰ যুদ্ধৰ পূৰ্বে আহোমৰ
দ্বাৰা গুৱাহাটী উদ্ধাৰৰ নিৰ্ণায়ক যুদ্ধখন হৈছিল মন্দ্ৰাচল পৰ্বতৰ ইটাখুলিত৷ লাচিত
বৰফুকনৰ টোল আছিল ইটাখুলিত৷ ইয়াত থকা বৰফুকৰ পান যোগণীয়াৰ খেলৰ গাঁওখনৰ পৰা পাচলৈ
ই নাম পাইছিল পানবজাৰ বুলি৷ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ সময়ত পানবজাৰত গঢ়ি উঠা
মুখ্য ব্যৱসায়িক অঞ্চলটোক ঢাকাইপট্টি বুলি জনা গৈছিল৷
স্কেটছ: ৰাজৰ্ষি সাহা৷
No comments